0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মহানগৰীত ক্রাইম ব্রাঞ্চৰ জালত দুই চাইবাৰ অপৰাধী। বহুলোকক ঋণ দিয়াৰ প্রলোভন দেখুৱাই কোটি টকা আত্মসাৎ কৰিছিল চক্ৰটোৱে। ধৃত প্রৱঞ্চককেইটাৰ নাম- দীপাংকৰ দাস, ৰঞ্জিত কাশ্যপ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব