0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
২০১৮ চনত মই দুৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ জৰিয়তে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিলো। তাৰ পাছত ই টিভি ভাৰত, ইনচৰ্টচত মই সেৱা আগবঢ়াও। সামাজিক সমস্যা,ৰাজনৈতিক বিষয়ৰ লগতে জীৱন শৈলী সম্পৰ্কীয় বাতৰিক মই অধিক প্ৰাধান্য দিওঁ। ২০২৪ চনৰ পৰা মই অসমীয়া প্ৰতিদিন ডিজিটেলত কৰ্মৰত।
ই ফাষ্টিং অৱশ্যেই কোনো ধৰ্মীয় উপবাস নহয়। মানসিক স্বাস্থ্য উন্নত কৰি ৰখাই হৈছে ডিজিটেল ফাষ্টিঙৰ মূল উদ্দেশ্য। ডিজিটেল উপবাসৰ সময়ত মানুহ সামাজিক মাধ্যমৰ পৰা বিৰত থাকে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব