New Update
/asomiyapratidin/media/media_files/2025/07/20/morigaon-2025-07-20-11-38-06.jpg)
মৰিগাঁৱত পুনৰ গ্রেপ্তাৰ চাইবাৰ অপৰাধী
- মৰিগাঁৱৰ বোৱালগুৰিৰ পৰা গ্রেপ্তাৰ এটা চাইবাৰ অপৰাধীক
- ধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজ্জামিল হক
- আদিত্য বিৰলা, এক্সিছ বেংককে ধৰি কেইবাটাও বিত্তীয় প্রতিষ্ঠানক প্রৱঞ্চনা
- প্রৱঞ্চনাৰে মুজ্জামিল হকে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ
- পেছাত এজন ৰাজমিস্ত্রী চাইবাৰ অপৰাধী মুজ্জামিল হক
- এবছৰ ধৰি পলাতক অৱস্থাত আছিল অপৰাধীটো
- এই পৰ্যন্ত মৰিগাঁৱত ২৭৯টা চাইবাৰ অপৰাধীক গ্রেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us