/asomiyapratidin/media/media_files/2025/12/10/1-2025-12-10-09-30-31.jpg)
ডিজিটেল ডেস্কঃমৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য।মৰিগাওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈষ্যৰ নেতৃত্বত নিশা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাইছিল লাহৰীঘাটত।অভিযানত লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ তিনিটা চাইবাৰ অপৰাধী। গ্ৰেপ্তাৰ কৰা অপৰাধীকেইটা হামজা, কামাল উদ্দিন, জাহাংগীৰ আলম।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-202-2025-12-10-09-22-42.jpeg)
উল্লেখ্য যে, চাইবাৰ অপৰাধত ব্যৱহৃত নথি-পত্ৰ, কেইবাটাও মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। ইপিনে অপৰাধী কেইটাৰ পৰা জব্দ কৰে প্ৰায় ১কোটি টকা ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-2025-12-10-09-24-24.jpeg)
অপৰাধী কেইটাই আদিত্য বিৰলা কম্পানীৰ পৰা হৰলুকি কৰিছিল প্ৰায় ১৫লাখ টকা। প্ৰায় ৫০ কোটি টকাৰ লুণ্ঠ চলোৱাৰ অভিযোগ তিনি অপৰাধীৰ বিৰুদ্ধে। আনফালে, বিগত তিনি বছৰত ৩০২টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-09-24-54.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us