0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বিগত ১১ দিনে বিভিন্ন ঔষধ, পৰীক্ষাৰ নামত ৮-১০ হাজাৰকৈ ধন আদায় কৰাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে। চিকিৎসালয়খনৰ লুণ্ঠনৰাজৰ বাবে দিছপুৰ আৰক্ষীৰ কাষ চাপিও বিমুখ হ'ল দুৰ্ভগীয়া মাতৃ। আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব