Advertisment

গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল এজন চাইবাৰ অপৰাধী

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা । গৌৰীপুৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এজন চাইবাৰ অপৰাধীক আটক কৰে। ঘটনা সন্দৰ্ভত অধিক তখ্যৰ সন্ধানত আৰক্ষীয়ে অবাহত ৰাখিছে তদন্ত ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ  ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা । গৌৰীপুৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এজন চাইবাৰ অপৰাধীক আটক কৰে।

Advertisment

আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত সেই আটকাধীন অপৰাধী জনৰ পৰা ১৫ খনকৈ এটিএম জব্দ কৰিবলৈ সক্ষম হয়।

 

আৰক্ষীয়ে আটক কৰা যুৱক জন ধুবুৰীৰ বাইল্লাৰ চৰ এলেকাৰ আবু বক্কৰ সিদ্দিক বুলি চিনাক্ত কৰিছে। ঘটনা সন্দৰ্ভত অধিক তখ্যৰ সন্ধানত আৰক্ষীয়ে অবাহত ৰাখিছে তদন্ত ।

চাইবাৰ অপৰাধী