New Update
/asomiyapratidin/media/media_files/2025/09/07/breaking-news-2025-09-07-17-13-08.jpg)
- মহানগৰীত ক্রাইম ব্রাঞ্চৰ জালত দুই চাইবাৰ অপৰাধী
- বহুলোকক ঋণ দিয়াৰ প্রলোভন দেখুৱাই কোটি টকা আত্মসাৎ কৰিছিল চক্ৰটোৱে
- ধৃত প্রৱঞ্চককেইটাৰ নাম- দীপাংকৰ দাস, ৰঞ্জিত কাশ্যপ
- এজনৰ পৰা ৭৮ লাখ টকা প্রৱঞ্চনাৰে লুটিছিল দুয়োৱে
- দুয়োৰে পৰা জব্দ ৩৪খন ATM কাৰ্ড, ২৫খন পাছবুক, ২৩খন আই কাৰ্ড
- ৩খন স্কেনাৰ, ৮খন চীম কাৰ্ড, ২৭খন চেক বুক, ২টা লেপটপো জব্দ
- প্রৱঞ্চক চক্রটোৰ পৰা জব্দ কৰে সৰ্বমুঠ ৭৯জন ব্যক্তিৰ নথি
- বিভিন্নজনৰ নামত বেংক একাউণ্ট খুলি চাইবাৰ চক্রক বিক্রী কৰিছিল দুয়োৱে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us