author image

চয়নিকা শইকীয়া

২০১৮ চনত মই দুৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ জৰিয়তে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিলো। তাৰ পাছত ই টিভি ভাৰত, ইনচৰ্টচত মই সেৱা আগবঢ়াও। সামাজিক সমস্যা,ৰাজনৈতিক বিষয়ৰ লগতে জীৱন শৈলী সম্পৰ্কীয় বাতৰিক মই অধিক প্ৰাধান্য দিওঁ। ২০২৪ চনৰ পৰা মই অসমীয়া প্ৰতিদিন ডিজিটেলত কৰ্মৰত।

মৱমৱ বিশেষ লেখা
জেনেৰেচন বিটা