New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- অষ্ট্ৰেলিয়াৰ ছিডনীত ভয়ংকৰ ঘটনা
- ছিডনীৰ বন্দি বীচ্চত দুই সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ
- নিৰীহ জনতাৰ ওপৰত দুই সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণ
- নিৰীহৰ ওপৰত ৫০ৰাউণ্ড গুলীবৰ্ষণ দুই সন্ত্ৰাসবাদীৰ
- সন্ত্ৰাসবাদীৰ গুলীত নিহত ১০জন লোক
- আন কেইবাজনো লোক গুৰুতৰভাৱে আহত
- ঘটনাৰ সময়ত বন্দি বীচ্চত আছিল সহস্ৰাধিক লোক
- সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান আৰক্ষীৰ
- আৰক্ষীৰ গুলীত এটা সন্ত্ৰাসবাদীৰ মৃত্যু, আনটোক আটক
- অষ্ট্ৰেলিয়াৰ সময় অনুসৰি সন্ধিয়া ৭.৪৭বজাত এই ঘটনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us