0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মঙলদৈত বুধবাৰে একেদিনাই প্ৰায় ২৫০ আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে বিধায়ক বসন্ত দাসে। উল্লেখযোগ্য যে অসম দৰ্শন আঁচনিৰ অধীনত মঙলদৈ বিধানসভা সমষ্টিত ২০০ ৰো অধিক নামঘৰ আৰু ধৰ্মীয় উপাসনা গৃহলৈ প্ৰথম কিস্তিৰ ধন ১.৫ লাখ টকাকৈ প্ৰদান কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব