0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মঙলদৈত নিৰ্মীয়মান অৱস্থাত থকা অসম চৰকাৰৰ অন্যতম ব্যয়বহুল প্ৰকল্প অসম দক্ষতা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে। মন্ত্ৰীগৰাকীয়ে ২০২৫ৰ জুলাইৰ ভিতৰত অসম দক্ষতা বিশ্ববিদ্যালয় কাৰ্য্যক্ষম হোৱাৰ আশ্বাস দিয়ে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব