New Update
/asomiyapratidin/media/media_files/2025/03/07/dV2MJXHps9cg7HxCC7mb.jpg)
দৰঙৰ যান- বাহন পৰিদৰ্শক হেপী গগৈক নিলম্বন
- দৰং জিলাৰ যান- বাহন পৰিদৰ্শকক নিলম্বন।
- পৰিদৰ্শক হেপী গগৈক চাকৰিৰ পৰা নিলম্বন।
- দীৰ্ঘদিন ধৰি দৰঙৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত চালকৰ পঞ্জীয়ন, নথি-পত্ৰ বনোৱাকে ধৰি বহুতো অভিযোগত লিপ্ত থকাৰ অভিযোগ।
- উল্লেখ্য যে দুমাহ পূৰ্বে ৰাজ্যিক পৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়া অনুসন্ধানৰ বাবে কাৰ্যালয়ত উপস্থিত হৈছিল।