0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে বুধবাৰে নিশা অৰ্থাৎ নৱবৰ্ষৰ নিশা ঘৰৰ গ্ৰীল আৰু তলা ভাঙি প্ৰৱেশ কৰি আ-অলংকাৰ আৰু নগদ ধন ৩০ হাজাৰ টকা লৈ উধাও হয় ৷ চোৰে ঘৰৰ সমস্ত বয়বস্তু লণ্ডভণ্ড কৰাৰ লগতে আলমাৰীৰ তলা ভাঙি বহু মূল্যৱান সামগ্ৰী লুটি নিয়ে ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব