/asomiyapratidin/media/media_files/2025/01/16/Gn7wHrlxwJTq3RqIagLz.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙাৰ নবিল গাঁৱত নিশা সংঘটিত হয় এক চুৰিকাণ্ড। গাঁওখনৰ চেনীৰাম দাস নামৰ লোক জনৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে চলায় চাফাই অভিযান ।
নিশা ঘৰখনত প্ৰবেশ কৰা চোৰে লুটি নিলে নগদ ৫০ হাজাৰ টকাৰ লগতে অন্যান্য মূল্যৱান সামগ্ৰী। ঘটনা সন্দৰ্ভত গৃহস্থই জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us