নিৰ্বাচন-২০১৯
দক্ষিণ শালমাৰা মানকাচৰৰ ৩ ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ ভোটঃ ৰাওনা পুলিং বিষয়া
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা
ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল, ৫ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন