/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/5b929dc8-4e29-4620-a981-d80a7f588b70.jpg)
১. আজি পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন, ৭ ৰাজ্যৰ ৫১ টা সমষ্টিত পুৱা ৭ বজাৰে পৰা ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52hY0sUwAAKP0Q.jpg)
২. প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাই হাজৰিবাঘৰ এটা ভোটকেন্দ্ৰত পত্নীৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52NCFsUYAA0Fuk.jpg)
৩. কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজবৰ্ধন সিং ৰাথোৰেও ৰাজস্থানৰ এক ভোটকেন্দ্ৰত পত্নী গায়ত্ৰী ৰাথোৰৰ সৈতে আহি দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52Ry7rU8AEisoy.jpg)
৪. গৃহমন্ত্ৰী ৰাজনাথ সিঙেও পুৱাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52WkJNUYAcpeEf.jpg)
৫. বহুজন সমাজ পাৰ্টিৰ নেত্ৰী মায়াৱতীয়েও সাব্যস্ত কৰিল ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52fqscUEAAQtJ7.jpg)
৬. ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী জয়ন্ত সিনহাও সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52yoU3UcAEPn3U.jpg)
৭. ঝাৰখণ্ডত ১০৫ বছৰীয়া এগৰাক বৃদ্ধাই কোলাত উঠি আহি সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52s0vpUcAAR5kO.jpg)
৮. জম্মু-কাশ্মীৰৰ পুলৱামাটো পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজৰ দীঘলীয়া লানি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52hRY7U0AAk8f5.jpg)
৯. বিহাৰতো ভোটাৰৰ মাজত ব্যাপক উচাহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52PCk0U0AEwPx1.jpg)
১০. ৰাজস্থানতো পুৱা৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D52QJgNVUAAWfBE.jpg)