New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/loksabha-election-psd-copy.jpg)
- দেশত শান্তিপূৰ্ণভাৱে চলি আছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
- ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী।
- দিনৰ ১ বজালৈকে ৭ ৰাজ্যত মুঠ ভোটাদানৰ হাৰ ৩১.২৯ শতাংশ।
- বিহাৰত দিনৰ ১ বজালৈ ভোটদানৰ হাৰ ২৪.৪৯ %।
- জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ ৬.৫৪ %।
- ৰাজস্থানত ৩১.৪৬ % ভোটদানৰ হাৰ দিনৰ ১ বজালৈকে।
- মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৩১.৪৬%।
- উত্তৰপ্ৰদেশত দিনৰ ১ বজালৈ ভোটদানৰ হাৰ ২৬.৫৩ %।
- পশ্চিমবংগত ৩৯.৫৫ % ভোটদানৰ হাৰ।