New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/agrani-new-election-2019-face-pic.jpg)
- ধুবুৰীৰ ৫টা ভোট গ্ৰহণ কেন্দ্ৰত হ'বলগা পুনৰ ভোট গ্ৰহণৰ বাবে ৰাওনা পোলিং বিষয়া।
- পোলিং বিষয়াৰ ভুলৰ বাবে সোমবাৰে পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ পুনৰ ভোট গ্ৰহণ কৰা হ'ব।
- দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত তিনিটা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত দুটা ভোট গ্ৰহণ কেন্দ্ৰত হ'ব এই ভোট গ্ৰহণ।
- ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ বাবে হ'ব এই ভোট গ্ৰহণ।
- আনহাতে কোকৰাঝাৰ সমষ্টিৰ বাবেও দুটা ভোট গ্ৰহণ কেন্দ্ৰত সোমবাৰে পুনৰ ভোট গ্ৰহণ কৰা হ'ব।