New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/f1eea36e-06ba-47fd-8434-f8c2d344c4d8.jpg)
- ধুবুৰীৰ পাঁচটা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ নিৰ্বাচন।
- পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ।
- শান্তিপূৰ্ণভাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
- পুনৰ যাতে বিসংগতি নহয় তাৰ বাবে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত নিয়োগ কৰা হৈছে উচ্চ পৰ্যস্ত বিষয়া।