আজি অসমৰ ক’ত ক’ত পুনৰ ভোটগ্ৰহণ…

আজি অসমৰ ক’ত ক’ত পুনৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • কোকৰাঝাৰ সমষ্টিৰ দুটা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ।
  • বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ আৰু ৩৪ নম্বৰ কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা চলি আছে ভোটদান পৰ্ব।
  • বৰপাটৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰতো চলিছে ভোটগ্ৰহণ।
  • লগতে ধুবুৰী, গোলকগঞ্জ, মানকাচৰৰ এটাকৈ ভোটকেন্দ্ৰ আৰু দক্ষিণ শালমাৰাৰ দুটা কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ।
  • ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ হৈছিল কোকৰাঝাৰ লোকসভা সমষ্টিত।
  • ইভিএম বিকল হোৱা বাবে বাতিল হৈছিল ভোটগ্ৰহণ।