New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D5zFZSRUwAA6rtl.jpg)
- সোমবাৰে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ।
- ইতিমধ্যে বহু কেইটা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং বিষয়া-কৰ্মচাৰীসকল।
- জম্মু-কাশ্মীৰৰ অনন্তনাগ লোকসভা সমষ্টিৰ অন্তৰ্গত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং বিষয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5zFcJwUwAAxglw.jpg)
- ইভিএমসহ পুলিং বিষয়া-কৰ্মচাৰীসকল ৰাওনা ভোটগ্ৰহণ কেন্দ্ৰলৈ।
- লগতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5zFd6MV4AAFaR1.jpg)