0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
চাৰিমহীয়া শিশুয়ে বাৰু কি কৰিব পাৰে ? মাতৃদুগ্ধ পান আৰু কন্দাৰ বাহিৰে এই বয়সৰ শিশুয়ে হয়তো আন একো কৰিব নোৱাৰে। কিন্তু এইখন দেশৰে চাৰিমহীয়া এটি কন্যা শিশুয়ে তেওঁৰ প্ৰতিভাৰ বলত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।হয়, অন্ধ্ৰ প্ৰদেশৰ নন্দীগাম চহৰ নিবাসী ৰমেশ আৰু হেমাৰ কন্যা কেৱৈল্যাই বিশ্ববাসীক আচৰিত কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব