0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ জয়পুৰ আৰক্ষীয়ে জব্দ কৰিছে চাৰি কিলো গ্ৰাম নিচাজাতীয় সামগ্ৰী । গোপন সূত্ৰৰ ভিত্তিত জয়পুৰ থানাৰ আৰক্ষীয়ে কনকপুৰ প্ৰথম খণ্ডত এখন ই-ৰিক্সাত তালাচী চলাই জব্দ কৰে নিচাজাতীয় দ্ৰব্য ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব