" পুৱতি নিশা শিলচৰ কনকপুৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠান। জুইত জাহ কেইবা লাখ টকাৰ সা-সামগ্রী। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ। "