শিলচৰ হাফলঙৰ হাতিচৰাত পথ দুৰ্ঘটনা

শিলচৰ হাফলঙৰ হাতিচৰাত পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত থিতাতে নিহত ১০বছৰীয়া কন্যা শিশুৰ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • শিলচৰ হাফলঙৰ হাতিচৰাত পথ দুৰ্ঘটনা।
  • বাইকৰ খুন্দাত থিতাতে নিহত ১০বছৰীয়া কন্যা শিশুৰ।
  • দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন বাইক আৰোহীৰ।
  • মৃত শিশুটি হাতিচৰা চাহ বাগিচাৰ ৰিপা গোৱালা।
  • পথ পাৰ হোৱাৰ সময়তে মহটিয়াই নিয়ে বাইকখনে।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ SMCHলৈ।
শিলচৰ শিলচৰ মেডিকেল কলেজ হাস্পতাল