0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা শনিবাৰে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘত অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদৰ সভাপতিত্বত হোৱা এই সভাত উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক পংকজ কুমাৰ শৰ্মাই।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব