0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শিলচৰ-লামডিং পাহাৰীয়া ৰে'লপথত কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে। বৃহস্পতিবাৰে দুপৰীয়া পাহাৰৰ পৰা মাটি আৰু শিল খহি পৰাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ পৰে শিলচৰ- লামডিং ৰে'লপথ। মুপাত সংঘটিত এই ভূমিস্খলনৰ বাবে ব্যাহত হৈ পৰিছে ৰে'লযাত্ৰা।
{{title}}
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব