এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ প্রতিটো বিভাগত উপলব্ধ হ’ব SHe Box

এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ প্রতিটো বিভাগত উপলব্ধ হ’ব SHe Box। ACS বিষয়া হেমাশ্রী হাজৰিকাক SHe Boxৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। ৰাজহ বিভাগৰ অতিৰিক্ত সচিব হেমাশ্রী হাজৰিকাক SHe Boxৰ অতিৰিক্ত দায়িত্ব।

author-image
Asomiya Pratidin
New Update
htrwedsdsd
  • এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ প্রতিটো বিভাগত উপলব্ধ হ’ব SHe Box
  • ACS বিষয়া হেমাশ্রী হাজৰিকাক SHe Boxৰ দায়িত্ব ৰাজ্য চৰকাৰৰ
  • ৰাজহ বিভাগৰ অতিৰিক্ত সচিব হেমাশ্রী হাজৰিকাক SHe Boxৰ অতিৰিক্ত দায়িত্ব
  • কাৰ্যালয়ত সংঘটিত মহিলা কৰ্মচাৰী নিৰ্যাতন অভিযোগৰ বাবে SHe Boxৰ ব্যৱস্থা
  • মহিলা কৰ্মচাৰীয়ে SHe Boxত দিব পাৰিব অভিযোগ
  • নিজৰ পৰিচয় ৰাজহুৱা নোহোৱাকৈ ভুক্তভোগীয়ে দিব পাৰিব অভিযোগ
  • কেন্দ্রীয় চৰকাৰৰ অধীনৰ এই SHe Box প্রতিটো বিভাগত থকাটো বাধ্যতামূলক
  • অসম চৰকাৰৰ বিভাগসমূহত উপলব্ধ নাছিল SHe Box
মহিলা কৰ্মচাৰী