New Update
/asomiyapratidin/media/media_files/2026/03/07/jdjdjjd-2026-03-07-12-47-04.jpg)
- অৱশেষত কংগ্ৰেছ এৰিলে ৰাতুল কলিতাই।
- কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
- পুৱাই ৰাজীৱ ভৱনলৈ গৈ সেৱা জনাই দলত্যাগ কৰাৰ কথা সদৰি কৰিলে সামাজিক মাধ্যমত।
- কংগ্ৰেছৰ সামাজিক মাধ্যমৰো বিশেষ দায়িত্বত আছিল ৰাতুল কলিতা।
- নলবাৰীৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কলিতা।
- টিকট লাভ নকৰাৰ পাছতে অসন্তুষ্টি ব্যক্ত কৰিছিল কলিতাই।
- তাৰ পাছতে তেওঁ গ্ৰহণ কৰিলে কংগ্ৰেছ এৰাৰ সিদ্ধান্ত।
- দলত্যাগ কৰি তেওঁ সামাজিক মাধ্যমত লিখিলে- দলৰ বেয়া দিনত সৰ্বোচ্চ উজাৰি কাম কৰা নেতা কৰ্মীক সন্মান আৰু গুৰুত্ব দিয়ক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us