ৰাষ্ট্ৰপতি আহিবঃ কাজিৰঙাত ১৪৪ ধাৰা জাৰি, বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান...

কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ । গজ মহৎসৱত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰপতি আহিবঃ কাজিৰঙাত ১৪৪ ধাৰা জাৰি, বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান...

কাজিৰঙা

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ । গজ মহৎসৱত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Advertisment

ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত জাৰি কৰা হৈছে ১৪৪ ধাৰা । ৰাষ্ট্ৰপতিৰ আগমনকলৈ তৎপৰ হৈছে গোলাঘাট জিলা প্ৰশাসন ।

notice
notice

কঁহৰা চাৰিআলিৰ পৰা হাতীখুলী আউতলেটলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দশনা জাৰি কৰিছে জিলা প্ৰশাসনে। নিৰ্দেশনা অৱমাননা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননী প্ৰকাশ কৰিছে প্ৰশাসনৰ ।

Also Read: ১৪ এপ্ৰিলত অসমে পাব স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও সম্পদ...

#INDIAPRESIDENT