0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
কৃষক ৰাইজৰ সুবিধাৰ্থে চৰকাৰী অন্য এক উল্লেখযোগ্য পদক্ষেপ হ'ল কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মা। কামৰূপ জিলাৰ কৃষকসকলেও বিভিন্ন সময়ত আত্মাৰ তৰফৰ পৰা বীজকে ধৰি অন্যান্য সা-সুবিধাৰ লগতে সময়ে সময়ে বিভিন্ন বিষয়ৰ প্ৰশিক্ষণো লাভ কৰি আহিছে
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব