press meet
ধেমাজিত পঞ্চায়ত স্বাস্থ্য মেলাৰ ব্যাপক প্ৰস্তুতি…
ধেমাজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ৬৫খন গাঁও পঞ্চায়ত, দুটা টাউন ব্লকত স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব ৷ এই সম্পৰ্কে শুক্ৰবাৰে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ত বিয়লি ৩ বজাত সংবাদমেল অনুষ্ঠিত কৰা হয় ৷
চাহ কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ কৰ্মচাৰী সংঘ
ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ সংবাদমেলঃ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ
প্ৰতিশ্ৰুতি ৰাখিব নোৱৰা মোডীয়ে ভয়তে উজনি অসমলৈ নাহিলঃজ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰা