0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
যোৱা ১০ নৱেম্বৰত পুৱা ১০ বজাত গুৱাহাটীত কামত যাম বুলি ওলাই গৈছিল জাফাৰ আলী ঘৰৰ পৰা । কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ কৰাত কোনো ধৰণৰ খবৰ লাভ নকৰাত পৰিয়াল মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব