New Update
/asomiyapratidin/media/media_files/2024/12/25/Ycsiew8wxKkKGV9OHFEg.jpg)
hajo
- হাজোৰ উখুৰাত ভয়ংকৰ অগ্নিকাণ্ড।
- জুইত জাহ গ’ল বৃহৎ পৰিমাণৰ চপাই আনি থোৱা ধান।
- উখুৰা গাঁৱৰ কৃষক মনচুৰ আলীৰ চপাই থোৱা ধানত ভয়ংকৰ অগ্নিকাণ্ড।
- জুইৰ লেলিহিন শিখাই নিমিষতে ছাঁই কৰি দিলে মনচুৰ আলীৰ সপোন।
- কোনো দুৰ্বৃত্তই ধানখিনিত অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।
- ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱাৰ চেষ্টা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us