Advertisment

পৰীক্ষাৰ্থী নিৰুদ্দেশ, ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে বন্ধ মোবাইল ফোন

বৰ্ণিৰ  গাওঁৰ মাজৰ চ'কলৈ বুলি ওলাই গৈছিল নুৰজাফাৰ  ঘৰৰ পৰা ওলাই যোৱা কিছু সময় পিছতে  বন্ধ কৰে মোবাইল ফোন নিশা  ঘৰলৈ‌ উভতি‌ নহাত‌ পৰিয়ালৰ  মাজত লাগে হাহাকাৰ নুৰজাফাৰ আলী উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ‌ পৰীক্ষাৰ্থী 

author-image
Asomiya Pratidin
New Update
 পৰীক্ষাৰ্থী নিৰুদ্দেশ

পৰীক্ষাৰ্থী নিৰুদ্দেশ

ডিজিটেল সংবাদ:

Advertisment

হাজোত নিৰুদ্দেশ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী 

নিৰুদ্দেশ বৰ্ণিৰ ফকিৰচুপা  নুৰজাফাৰ আলী ওৰফে চিণ্টু

২ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬ মান বজাত ঘৰৰ পৰা  ওলাই গৈছিল পৰীক্ষাৰ্থীজন

বৰ্ণিৰ  গাওঁৰ মাজৰ চ'কলৈ বুলি ওলাই গৈছিল নুৰজাফাৰ 

ঘৰৰ পৰা ওলাই যোৱা কিছু সময় পিছতে  বন্ধ কৰে মোবাইল ফোন

নিশা  ঘৰলৈ‌ উভতি‌ নহাত‌ পৰিয়ালৰ  মাজত লাগে হাহাকাৰ

নুৰজাফাৰ আলী উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ‌ পৰীক্ষাৰ্থী 

৩মাৰ্চ তাৰিখে পিছবেলা নুৰজাফাৰৰ আছিল অসমীয়া বিষয়ৰ পৰীক্ষা 

পৰিয়ালৰ লোকে  ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত দাখিল কৰে এজাহাৰ

হাজো আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত

hajo student missing Hajo Police