0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
দৰঙৰ দলগাঁৱত বাঘৰ পিছত এইবাৰ গঁড়ৰ আতংক। দলগাঁওৰ ৩ নং শ্যামপুৰত বুধবাৰে পুৱা গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হয়। নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত গঁড়টো ওলাই অহাৰ সন্দেহ ৰাইজৰ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব