New Update
/asomiyapratidin/media/media_files/2025/12/11/461-2025-12-11-13-18-23.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা কংগ্ৰেছৰ সমিতিৰ সাধাৰণ সম্পাদক মতলেবুদ্দিন আহমেদক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অইন লোকৰ মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে মতলেবুদ্দিনক ।
৬০ বিঘাতকৈয়ো অধিক মাটি দখল কৰাৰ অভিযোগ মতলেবুদ্দিনৰ বিৰুদ্ধে। এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত তথা প্ৰাক্তন জিলা পৰিষধৰ সদস্য আব্দুলা শেখ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us