New Update
- দৰং জিলাত অৱ্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম।
- দিপিলা হাইস্কুলৰ ছাত্ৰক খুন্দিয়ালে ডাম্পাৰে ৷
- বিদ্যালয়লৈ যোৱাৰ পথত মহতিয়ালে ছাত্ৰজনক ৷
- দশম শ্ৰেণীৰ বিদায় অনুষ্ঠানৰ যো-জা কৰি থাকোঁতে মহতিয়ালে ডাম্পাৰে ৷
- আঘাতপ্ৰাপ্ত ছাত্ৰজনক প্ৰথমে লৈ যোৱা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়লৈ।
- গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ ৷
- ডাম্পাৰৰ অনিয়ন্ত্ৰিত গতিয়ে সাধাৰণ পথচাৰীৰ বাবে কাল হৈ পৰিছে ৷
- ছাত্ৰজনৰ নাম ইমৰান হক।