0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
অশান্ত জৰ্জৰ মনিপুৰত উগ্ৰপন্থী আৰু আৰক্ষীৰ গুলীচালনাত এজন উগ্ৰপন্থী নিহত হৈছে। নিহত উগ্ৰপন্থী জন প্ৰিপাক সংগঠনৰ সদস্য লাইশ্ৰাম প্ৰেম সিং বুলি চিনাক্ত কৰা হৈছে। আনহাতে, প্ৰিপাক উগ্ৰপন্থী সংগঠনৰ ছয় জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব