/asomiyapratidin/media/media_files/2025/01/31/cW4X5kEbVyHSQ9XhLCsi.jpg)
ডিজিটেল ডেস্কঃ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা । সীমান্তৱৰ্তী অঞ্চলটোত গুলীবৰ্ষণ কৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে নগা দুৰ্বৃত্তই ।
উল্লেখযোগ্য যে গাভৰু পাহাৰত নগা দুৰ্বৃত্তই গুলী ফুটাই আতংকিত কৰে সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণক । জীতেন গগৈ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছাত শুকুৰবাৰে পুৱাই গুলী ফুটাই নগা দুবৃত্তই।
ইতিমধ্যে গুলীবৰ্ষণ কৰা ঠাইত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিছে আৰক্ষী-প্ৰাশাসনৰ বিষয়ববীয়াই ।