New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
হাইলাকান্দিৰ জামিৰা বজাৰত দুৰ্বৃত্তৰ গুলীচালনাত এজন আহত...
হাইলাকান্দিৰ জামিৰা বজাৰত দুৰ্বৃত্তৰ গুলীচালনা।
দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত এজন লোক।
আহত লোকজনৰ নাম জিয়াব উদ্দিন লস্কৰ।
গুলীচালনা কৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন দুৰ্বৃত্তৰ।
দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ।
Also Read: বিলাসীপাৰাৰ সাপটগ্রাম অগ্নিকাণ্ড...