0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
সোমবাৰে কাজিৰঙাত উপস্থিত হ'ব ক্ৰিকেট ভগৱান শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ ব্যক্তিগত অতিথিশালা বৰগছ ৰিজৰ্টত নিশা কটাব শচীন তেণ্ডুলকাৰে ৷ ক্ৰিকেটাৰ গৰাকীক আপ্যায়নৰ বাবে পিঠা-পনাকে আদি কৰি থলুৱা ব্যঞ্জনৰ ব্যৱস্থা কৰিছে ৰিজৰ্ট কৰ্তৃপক্ষই ৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব