কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন । কহঁৰা বনাঞ্চলত গঁড়ৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-15 at 3.03.51 PM
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন
  • কহঁৰা বনাঞ্চলত গঁড়ৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ
  • নিহত বনকৰ্মীজন নগাঁৱৰ জুৰিয়াৰ চাহাবুদ্দিন বুলি জানিব পৰা গৈছে 
  • গুৰুতৰভাৱে আহত হয় ৰমেন বৰা নামৰ আন এজন বনকৰ্মী
  • কহঁৰা বনাঞ্চলৰ বৰদলনি কেম্পৰ সমীপত তহল দিয়াৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো

WhatsApp Image 2026-02-15 at 2.58.28 PM

কাজিৰঙা