কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ। বাগৰি বনাঞ্চলৰ কাঠপৰা এলেকাত উদ্ধাৰ হয় মাইকী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
image (36)
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ 
  • বাগৰি বনাঞ্চলৰ কাঠপৰা এলেকাত উদ্ধাৰ হয় মাইকী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো

Capturebfgrtgyrfgerfe

  • যুঁজত বাঘিণী জনীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ
  • পৰৱৰ্তী পৰীক্ষাতহে নিশ্চিত কৰিব পৰা হ’ব  মৃত্যুৰ প্ৰকৃত কাৰণ 

Capturegfdfdfdfd

  • ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষিত প্ৰাধিকৰণৰ নিয়ম অনুসৰি দাহ কৰা হ'ব মৃতদেহটো
  • মৰোণোত্তৰ পৰীক্ষাৰ পাছতে সেই স্থানতে দাহ কৰা হ'ব মৃতদেহটো 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা