0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
লামডিঙত সংঘটিত হৈছে এক কৰুণ ঘটনাা। এগৰাকী ৪৫ বছৰীয়া ব্যক্তি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে। জানিব পৰা মতে মৃত ব্যক্তিগৰাকীৰ নাম বাপন দাস। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব