হাতীৰ আক্ৰমণত লংকাত একে পৰিয়ালৰ তিনিজন আহতঃ সংকটজনক অৱস্থাত GMCH ত ভৰ্তি

নিশা লংকাত বনৰীয়া হাতীৰ উপদ্ৰৱ। হাতীৰ আক্ৰমণত আহত এটা পৰিয়ালৰ মহিলা, কিশোৰসহ মুঠ তিনিজন।  আহত তিনিজনক প্ৰথমে হোজাই অসামৰিক চিকিৎসালয়ত ভৰ্তি। 

author-image
Asomiya Pratidin
New Update
HOJAI
  • লংকাত বনৰীয়া হাতীৰ উপদ্ৰৱ।
  • হাতীৰ আক্ৰমণত আহত এটা পৰিয়ালৰ মহিলা, কিশোৰসহ মুঠ তিনিজন। 
  • আহত তিনিজনক প্ৰথমে হোজাই অসামৰিক চিকিৎসালয়ত ভৰ্তি। 
  • পাছত তিনিওকে জি এম চি এইছলৈ প্ৰেৰণ। 
  • বৰ্তমানেও তিনিওজনৰে অৱস্থা অতি সংকট জনক। 
  • হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে আন এটি কিশোৰৰ। 
  • নিশা লংকাজান দৰ্জিচিট গাঁৱত বনৰীয়া হাতীৰ জাকে চলাইছিল উপদ্ৰৱ। 
  • হাতীৰ জাকে ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰি থকাৰ সময়তে প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰিছিল পৰিয়ালটোৱে। 
  • সেই সময়তে হাতীৰ গচকত গুৰুতৰভাৱে আহত হয় একে পৰিয়ালৰ তিনিজন সদস্য। 
হাতীৰ উপদ্ৰৱ