New Update
/asomiyapratidin/media/media_files/2025/11/27/1-2025-11-27-20-38-08.jpg)
- লামডিঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে এখন চৰিচকীয়া বাহনে।
- লংকাৰ পৰা লামডিং অভিমুখে আহি থকা দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ WB-74 S-1188
- দুৰ্ঘটনাত আহত গাড়ীখনৰ চালক ভবন সূত্ৰধৰ আৰু তেওঁৰ পত্নী লাবনি সূত্ৰধৰ
- আহতক ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
- ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ লামডিং আৰক্ষীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us