দশমী পূজাৰ বিসৰ্জন পৰ্বৰ মাজতে লংকাত দুৰ্ঘটনা : প্ৰাণ হেৰুৱালে এজনে

যুৱকজনৰ ঘৰ মৰিগাঁৱৰ জাগীৰোড টাউনত। যুৱকজনৰ দুৰ্ঘটৱাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01 FH 7906 । 

author-image
Asomiya Pratidin
New Update
463
  • দশমী পূজাৰ বিসৰ্জন পৰ্ব চলি থকাৰ মাজতে লংকাৰ ফৰেষ্ট গে'টত দুৰ্ঘটনা।
  • বাইক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন যুৱকে ।
  • থিতাতে প্ৰাণ হেৰুৱালে বিকি বিশ্বাস নামৰ ২৬ বছৰীয়া যুৱকজনে ।
  • যুৱকজনৰ ঘৰ মৰিগাঁৱৰ জাগীৰোড টাউনত।
  • যুৱকজনৰ দুৰ্ঘটৱাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01 FH 7906 । 
  • যুৱকজন বাইকৰে লংকাৰ ফালৰৰ পৰা লামডিং অভিমুখে আহি আছিল ।
  • তীব্ৰবেগী বাইকখনে পথ বিভাজকত খুন্দিয়াই ছিটিকি পৰিছিল বুলি জনাই প্ৰত্যক্ষদৰ্শীয়ে ।
লংকা