/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8e1c9050-9953-45cb-8713-6a3f76053935/earthquake.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই ভূমিকম্পই জোকাৰি গৈছে চুবুৰীয়া ৰাজ্য অৰুণাচলক । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা আছিল ৩.২ । আজি পুৱা ৬ বাজি ৩৪ মিনিটত আহিছিল কম্পনটো ।
এই ভূমিকম্পৰ মুখ্য স্থান হৈছে ৰাজ্যখনৰ পশ্চিম কামেং । ভূপৃষ্ঠৰ পৰা ৩৩ কিলোমিটাৰ নিলগত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ ।
Also Read: আজি বিহাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা: ৮০৬ টা পদত অৱতীৰ্ণ ৪,৪৩১ জন প্ৰাৰ্থী...