/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5d7b0595-9424-4128-89ba-c1cdde8f1bae/111.jpg)
-
স্বামীৰ প্রহাৰত প্রাণ গ’ল পত্নীৰ
-
ঘটনা সংঘটিত কৰি পলায়ন স্বামী নুৰুল হক
-
নিহত পত্নীৰ নাম চুফিয়া খাতুন
-
চুফিয়াক তেজেৰে তুমৰলি হৈ থকা অৱস্থাত প্রত্যক্ষ কৰে ঘৰৰ মালিকে
-
ততাতৈয়াকৈ চুফিয়া খাতুনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত
-
চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হয় চুফিয়া খাতুনৰ।
Also Read: "অসমৰ লোকে কুকুৰ ভক্ষণ কৰে, পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক"